Skip to main content

Posts

Showing posts from August, 2019

How many Foreigners will make you happy?

Today, after a long time discussion, debate and various verification final draft list of the National Register Citizen of India has been compiled, specifically in the state of Assam, after excluding 1.9 millions applicants from the draft out of more than 330 millions applicants, thanks to the Hon'ble Supreme Court of India they can file an appeal in the Foreigners Tribunals in the state of Assam to prove their Citizenship. People of almost all political parties, student organizations and other non profit organizations so far have commented on this issue, with most of them praising the compilation and the complete process leaving few hate mongers and Politicians shocked. The most notable thing is that the Hon'ble Supreme Court of India has provided 120 days to prove their Citizenship after filing a claim in the Foreigners Tribunals in the state of Assam. Yet, the Hindu organisations are criticising the Courts decision when they found that the declared figure of 1.9 millions

কিমান বিদেশী ওলালে আপোনালোক সন্তুষ্ট হ’ব?

‌ বহু জল্পনা কল্পনা, হাড়ভঙা পৰিশ্ৰমৰ অন্তত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পালে য'ত ১৯ লাখ ৬ হাজৰ ৬৫৭ জন লোকৰ নাম বাদ পৰে। সকলোৱে নিজৰ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে, বহুতেই ইয়াত সন্তষ্ট হ'লেও কিছুমানে ইয়াক আসোঁৱাহপূৰ্ণ বুলি পোনচোটেই নাকচ কৰি একপ্ৰকাৰে উচ্চতম ন্যায়ালয়ক অৱমাননা কৰি আছে। কিছুমানৰ আপত্তি, "ইমান কম বিদেশী ওলাব নালাগিছিল!" সিহঁতৰ পৰিকল্পিত যুক্তি, "অসমৰ প্ৰাক্তন ৰাজ্যপাল এছ কে সিনহাৰ ৰিপোৰ্ট মতে ৪০ লাখ বিদেশী আছে, অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ মতে ৫০ লাখ বিদেশী আছে, উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হৰিশংকৰ ব্ৰহ্মৰ মতে ৭০ লাখ ইত্যাদি" কথাবোৰ কৈ এতিয়া কি বুজাব বিচাৰিছে সিহঁতে? হয়, ইয়াত ভুল থাকিব পাৰে যদি মানিয়ে লও, যদিও এজনো বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাটো নিবিচাৰো নাইবা স্বদেশীৰ নাম বাদ পৰাটোও নিবিচাৰো, কিন্তু উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত হোৱা সম্পূৰ্ণ প্ৰক্ৰিয়াটোক নস্যাৎ কৰিবলৈ উঠি পৰি লাগিছে কিছু দল সংগঠন যিটো খুবেই নিন্দনীয়। নিজৰ সন্দেহৰ ভিত্তিত কৰা ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত মন্তব্য বোৰক গ্ৰহণযোগ্

শ্রাবণ মেঘের দিন- একটি অসাধারণ চলচ্চিত্র!

শ্রাবণ মেঘের দিন- একটি অসাধারণ চলচ্চিত্র! একটি অসাধারণ চলচ্চিত্র শ্রাবণ মেঘের দিন। ১৯৯৯ সনে মুক্তিপ্রাপ্ত ছবিটি বাংলা চলচ্চিত্রের  অন্যতম সেরা ছবি। পরিচালক হুমায়ুন আহমেদের নিজে লেখা একই নামের উপন্যাসের চিত্ররূপ হলো ছবিটি।  মতি মিয়া একজন গাতক (গায়ক), পরিবার পরিজন ছাড়া জীবন যাপন তার। একটা ছোট্ট ঘরে থাকে মতি মিয়া, একবেলা খেয়ে আরেক বেলা না খেয়ে বেচে থাকে। মুট কথা, একটা শোষিত সমাজের চিত্র তুলে ধরছে পরিচালক হুমায়ুন আহমেদ। গ্রামে শিক্ষা, স্বাস্থ্য, যোগাযোগ সব ক্ষেত্ৰে সমস্যা। শিশুদের শরীরে, মহিলাদের শরীরে ভিটামিন, মিনারেল, প্র'টিন জাতীয় পদার্থর বিরাট একটা অভাব তুলে ধরতে পেরছে শাহানার ছোট্ট বোন নীতুর মাধ্যমে। মতি মিয়াকে  মনে মনে ভালবাসে ঐ গ্রামেরই কুসুম, তার গানের গলাও খুব ভাল, সে সব সময় ভাবে মতি মিয়াকে নিয়ে একটা গানের দল করে দেশে দেশে ঘুরে বেরাবে। কিন্তু ঢাকা থেকে আসা ঐ গ্রামের জমিদার নাতনি শাহানাকে প্রথম দেখা থেকেই ভালবাসে মতি, তবে জানেনা সে শাহানার মনের খবর । শাহানা তাকে একজন ভাল মানুষ হিসেবে মুল্যায়ন করে মাত্র। ঐ গ্রামের বাসিন্দা পরান এর স্ত্রী প্রসব বেদনায় ছটফট করছ

Resignation of Kannan Gopinathan and silence of Godi media

A 33-year-old Indian Administrative Service officer said he has filed his papers to quit the coveted government job. While stating his reasons, IAS officer Kannan Gopinathan who joined the service in 2012 after securing the 59th rank in the 2012 civil services exam, said one of them was denial of "fundamental rights" to lakhs of people in Jammu and Kashmir for weeks after special status was scrapped from the state earlier this month. "...Not that my resignation will cause anything even worth a flutter. But one has one's own conscience to answer to, I guess," Mr Gopinathan told. Mr Gopinathan, a secretary of key departments in Dadra and Nagar Haveli, was instrumental in transforming a loss-making government electricity distribution firm into a profit-making one." In (Jammu and) Kashmir, fundamental rights of lakhs of people have been suspended for 20 days. And many in India seem to be okay with it. This is happening in India in 2019. Article 370 or its ab

হিমু

বাংলা সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ তথা জনপ্ৰিয় সাহিত্যিক হুমায়ুন আহমেদৰ কালজয়ী সৃষ্টি হিমু। হিমুক মুখ্য চৰিত্ৰত লৈ তেখেতে এটাৰ পিছত এটাকৈ লিখিছিল ২১ খন গল্প আৰু উপন্যাস। বিদ্ৰোহী কবি কাজী নজৰুল ইছলাম আৰু কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ পিছত অন্যতম শ্ৰেষ্ঠ বাংলা সাহিত্যিক হুমায়ুন আহমেদে সৃষ্টি কৰিছিল এজন অতি সহজ সৰল, দুনিয়াৰ মায়া মোহৰ বন্দীত্বৰ পৰা মুক্ত, জীৱনৰ প্ৰতিটো মুহূৰ্তক উপভোগ কৰিব পৰা চৰিত্ৰৱান ব্যক্তি হিমু। পিন্ধনত তাৰ গাত থাকে সদায় এখন হালধীয়া পাঞ্জাৱী যাৰ কোনো পকেট নাই, যিটো তাৰ মতে মহাপুৰুষ সকলৰ পোছাক। মূৰত এলো মেলো দীঘল চুলি। সৰুতেই তেওঁৰ মাকৰ মৃত্যু হোৱাত তেওঁৰ দেউতাকে তেওঁক ডাঙৰ দীঘল কৰে। ধন সম্পদ, চাকৰি বাকৰিৰ প্ৰতি কোনো লোভ নাই, সেয়া সৰুতেই নোহোৱা কৰি দিছে তেওঁৰ দেউতাকে। তেওঁ হিমুক কৈছিল, "যেতিয়ালৈ ঘৰ, সংসাৰ, চাকৰি, বাকৰি, টকা, পইচা আদিৰ লোভৰ পৰা মুক্ত হব নোৱাৰিবি তেতিয়ালৈ সুখ বিচাৰি নাপাবি। গতিকে সুখী হবলৈ চেষ্টা কৰি থাকিবি। ধনী হবলৈ নহয়। পৃথিৱীৰ ধনী মানুহবোৰ বেছি অসুখী, অশান্তিত দিন কটাই সিহঁ‌তে। পিঞ্জৰাবদ্ধ পখীটোৰ দৰে ছটফট কৰে সিহঁ‌তে। এনেদৰে থাকিবি যাতে সুখ

Justice in Modi's New India

India has already become a Nation which is globally known as a Nation of Hatred and Injustice today. In the recent past, specifically since Narendra Modi has become the Prime Minister of the India, the democratic republic in the world, is losing it's reputation as one of the most prosperous, glorious, culturally diverse heritage and history, India is nowhere to possess that Identity, as it had been known as one of a very few Countries for it's unity in diversity. In India, billions of people from different caste, creed, religion, faith, language, tradition have been living, working in harmony, cooperating each other.  But two of the latest verdicts both of which have come in August, 2019 under Modi regime will be enough for you to know the truth about Modi's new India. Case #1.    Verdict on 14/08/2019 Two years after Haryana dairy farmer Pehlu Khan was allegedly lynched by a mob of cow vigilantes on the Jaipur-Delhi National Highway, a sessions court in Alwar on Augus

Hate crime against Muslims, Vadodara, Gujarat.

A police constable was beaten on Friday evening in Vadodara city allegedly by the religious hardliners of the majority community. Sanjay Kharat, DCP, Zone-3 of Vadodara City informed on Saturday that an FIR has been registered. “We have taken cognisance of the matter…we are investigating,” said Kharat. However, he had no idea about the arrests made in the case. The victim, Arif Ismail Shaikh (44), said that he was attacked without any provocation when he was travelling back to home at around 8.30 pm. “I made a mistake by not covering my face this time,” said Shaikh, adding that he usually covers his face while stepping out of his home. Shaikh is a constable with the Gujarat Police. The FIR was registered under Sections 323, 143, 147, 504 and 506 (2) of the IPC. In his complaint, Shaikh said: “As I was heading back to my home after concluding my day duty scheduled at Pratapnagar headquarters, an unknown young person crossing the road near Shiv Shakti Mohalla locality waved hi

ৰাষ্ট্ৰবাদী মানুহবোৰ !

এখন দেশৰ ভৌগোলিক পৰিসীমাৰ বাবেই মানুহে মানুহক আপোন কৰি ল'ব পাৰে আকৌ কেতিয়াবা পৰ বুলি অৱজ্ঞাও কৰিব পাৰে। জীৱনৰ ঘাত প্ৰতিঘাত সমূহে আমাক কিমান শিকাব পাৰিছে নৈতিকতা, আধ্যাত্মিকা, মানৱতা, সহনশীলতা, ন্যায়পৰায়নতা আদিবোৰ কিমান দূৰ শিকাব পাৰিছে নাজনো কিন্তু এই ৰাষ্ট্ৰবাদীতা ই কিন্তু বহু কিবাই শিকাইছে। জাতি, ধৰ্ম, বৰ্ণ, ভাষা আদিৰ উৰ্ধত গৈ আমিবোৰ এক হবলৈ চেষ্টা কৰিছো। আমি দেশৰ প্ৰগতিত আগভাগ লবলৈ যত্ন কৰিছো, আমি দেশৰ কল্যাণত নিজকে সমৰ্পণ কৰিবলৈ সাজু হৈছো। দেশৰ প্ৰতি, দেশৰ মানুহৰ প্ৰতি, দেশৰ আইন কানুন আদিৰ প্ৰতি বিশ্বাস আৰু শ্ৰদ্ধা ৰাখি আগবাঢ়িছো। দেশৰ মাটি পানী বায়ু আদিও যেন আপোন হৈ পৰিছে।  কিন্তু এই সীমাতেই সীমাবদ্ধ থাকিম নে আমিবোৰ? অৱশ্যই নাথাকো। কাৰণ ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে আজিও এহেজাৰ কাহিনী যাৰ নায়ক- নায়িকা কোনোৱেই নাই আজি। সিহঁতৰ বংশধৰো নাই ক্ষমতাত। নাই সেই সাম্ৰাজ্য, নাই তাৰ সেনাপতি, নাই তাৰ চাৰিসীমা। সময়ৰ সোতত হেৰাই গল সেইবোৰ। আজি হয়তো সেইবোৰ পাহৰণিৰ গৰ্ভত ককবকাই আছে।  গতিকে নিজকে কোনো দেশৰ ভাল নাগৰিক বুলি পৰিচিত কৰিবলৈ অন্য দেশক অযথা গালি পাৰি, সেই ঠাইৰ মানুহৰ প্ৰতি চিৰদিনৰ

Uttar Pradesh, an Indian state bans Namaz on roads: Islamophobia on it's peak

India , the New India as claimed by the Prime Minister Narendra Modi is not much favourable for the Muslims as it had been for so long. For the last 5-6 years after the right wing Hindu Nationalist Party BJP has come to power, Muslims in India are facing different challenges, undergoing different tortures, physical attacks, mob lynching from the right wing Hindu organisations, their workers as well as the Govt. across the country. Their rights reserved by the Constitution specifically on the religious, social, political grounds have been attacked vigorously and constantly. Adding to this, the state government officials of Uttar Pradesh Police have banned Namaz, the Muslim prayer on roads across the state when Hindus can make large gatherings on their festivals like Dasshera, Durga Puja, Rath Yatra, Ganesh Chaturthi etc. where people use drums, DJs, sound systems, whistle etc. "On special occasions, when large crowd gathers for offering prayers on festivals, it could be allowed by

নাৰী !

লজ্জা নাৰীৰ ভূষণ। যিহেতু আমি মানুহ আৰু যৌনতা আমাৰ প্ৰকৃতি প্ৰদত্ত নিয়ম। কোনে কিদৰে ইয়াক ব্যৱহাৰ কৰে সেয়া তেওঁৰ ব্যক্তিগত কথা। কিন্তু নাৰী জাতিক কেৱল ভোগৰ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰাটোও শিক্ষিত সমাজৰ কোনো ব্যক্তিৰেই মানসিকতা হব নোৱাৰে। যিহেতু যৌনতা, যৌন চাহিদা আদি বিষয়বোৰ সুস্বাস্থ্যৰ লগতো প্ৰত্যক্ষভাৱে জড়িত, সেয়েহে এই বিষয়বোৰৰ ভাল, প্ৰণালীগত অধ্যয়নৰো খুবেই প্ৰয়োজনীয়তা আহে। যোৱা কিছুদিন আগতে আলিবাবা কোম্পানীৰ প্ৰতিষ্ঠাতা জ্যাক মা ই তেওঁৰ কোম্পানীত কাম কৰা সকলো কৰ্মচাৰীক উদ্দেশ্য কৰি কৈছিল, " তোমালোকে সপ্তাহত প্ৰতিদিন সংগম কৰিবা। ই শৰীৰ আৰু মনত শক্তিৰ সঞ্চাৰ কৰে, সজীৱ কৰে।" এয়া কোনো লাজৰ কথা নহয়। আমি যিদৰে নাৰীদেহৰ স্পৰ্শত দেহ, মনত শক্তি পাও, নাৰীয়েও পায়। আমি যিদৰে সুন্দৰ ৰমণীক বিচাৰি ফুৰো, সিহঁ‌তেও বিচাৰে কোনোবা সুঠাম দেহৰ পুৰুষক; এয়াই প্ৰকৃতিৰ নিয়ম। নাৰী জাতি প্ৰকৃতিৰ মনোৰম সৃষ্টি, ইয়াৰ অপব্যৱহাৰ, দমন, শোষণ সমাজৰ বাবে খুবেই সাংঘাতিক। কিছুদিন আগতে  ৮০ ৰ দশকৰ এখন বাংলা চলচ্চিত্ৰ চাইছিলোঁ। ছবিখনৰ নাম জন অৰণ্য (১৯৭৬), পৰিচালক সত্যজিৎ ৰায়, মূল চৰিত্ৰত অভিনয় কৰিছে প্ৰদীপ

কোৰবানী

কোৰবানী শব্দৰ উৎপত্তি মূলত হিব্ৰু ভাষাৰ শব্দ "কোৰবান" অৰ্থ - Offering (দান) ছিৰিয়ান ভাষাৰ শব্দ "কোৰবানা" অৰ্থ - Sacrifice (ত্যাগ)! কোৰবান শব্দটো কোৰানত তিনিবাৰ উল্লেখ কৰা আছে- এবাৰ পশু উছৰ্গা কৰাৰ কথা, আৰু দুবাৰ এনেকুৱা কিছুমান কাম যিবোৰে মানুহক আল্লাহৰ নিকটৱৰ্তী কৰে।  প্ৰথমবাৰৰ কাৰণে আবিল (আদম আৰু ইভৰ সন্তান) এ কোৰবানী কৰিছিল আৰু তেৱেই আছিল কোৰবানী কৰা প্ৰথম মানৱ। তেওঁ এটা ভেড়া কোৰবানী কৰিছিল। আৰু তেওঁৰ ভায়েক কাবিল (আদম আৰু ইভৰ সন্তান) এ পথাৰৰ শস্য আল্লাহৰ ওৱাস্তে কোৰবানী কৰিছিল। আল্লাহ ই আবিলৰ কোৰবানী কবুল কৰিছিল আৰু কাবিলৰ কোৰবানী প্ৰত্যাখ্যান কৰিছিল। আবিলৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ নাযিল হোৱাত অহংকাৰত আৰু দাম্ভিকতাত দগ্ধ হৈ কাবিলে হাবিলক হত্যা কৰিছিল। অৱশ্যে আজিৰ কোৰবানীৰ বিধান আৰম্ভ হৈছিল ইব্ৰাহিম (AS) ৰ দিনৰ পৰা যেতিয়া তেওঁক তেওঁৰ সবাতোকৈ বেছি পছন্দনীয় বস্তুটোক আল্লাহৰ সন্তষ্টিৰ নিমিত্তে কোৰবানী কৰিবলৈ আদেশ দিয়া হৈছিল। ইটো সিটো কৰি বহু বস্তুৱেই কোৰবানী দিছিল তেওঁ, কিন্তু এদিন সপোনত তেওঁক কোৱা হৈছিল তেওঁৰ আটাইতকৈ প্ৰিয় তেওঁৰ পুত্ৰ ইছমাঈলক আল্লাহৰ সন্তষ্টিৰ বাবে

জীৱনটো এটা বিৰাট ডাঙৰ চক্ৰবেহু!

জীৱনৰ গতিবেগ আৰু দিশ দুয়োটা বস্তুৰেই সময়ত পৰিৱৰ্তন হোৱা দেখা যায়। সহজ - সৰল মানুহজনো সময়ত কঠোৰ আৰু ৰুক্ষ স্বভাৱৰ হৈ পৰে। অৱশ্যে কেতিয়া কোন পৰিস্থিতিত পৰি তেওঁ এনেকুৱা হৈ পৰে সেয়া তেওঁ নিজেও ক'ব নোৱাৰে। নাজানে কোনেও, আমিও নাজানো কেনেকুৱা পৰিস্থিতিত পৰি মানুহ এজনৰ এনেকুৱা পৰিৱৰ্তন হয়গৈ সময়ত। কিন্তু তেনেকুৱা কিছু উদাহৰণ পৰ্যবেক্ষণ কৰিলে এটা কথা সহজেই ধৰিব পাৰি যে এয়া বিশ্বায়নৰ প্ৰভাৱ। আমিবোৰ সাধাৰণ হৈ থকা নাই আৰু সেয়া পছন্দও নকৰোঁ‌; সেয়েহে আমি তীব্ৰ প্ৰতিযোগীতাত দৌৰিছো অনবৰত। আমি পোৱাখিনি লৈ মুঠেও সুখী নহওঁ‌, আমি তুলনা কৰি কৰি কামবোৰ কৰি আহিছো। সেয়া আমাৰ জন্মৰে পৰা আৰম্ভ হৈছে। আজিৰ সন্তানে নিজৰ জন্মদিনৰ কেকটো সহপাঠী এজনৰ বাবে অনা কেকটোতকৈ সৰু বুলি নিজকে অৱহেলিত জ্ঞান কৰে। নাইবা নিজৰ হাতঘড়ীটোও আন কোনোবাজনতকৈ কমদামী বুলি কিছু হীনমান্যতাত ভূগে, যিটো এই চক্ৰবেহুৰ এটা আৰম্ভণি বুলি ক'লেও ভুল নহ'ব চাগৈ। সেইদৰে চলি থাকে সকলোবোৰ কাম কাজ, আদান প্ৰদান। সকলোতে লোকক দেখুওৱাৰ নাইবা লোকৰ মাজত নিজকে জাহিৰ কৰাৰ মানসিকতাটো আজি খুবেই সাধাৰণ বিষয়। সেয়া নহ'লে ১০-১৫ হাজাৰ টকাৰ দৰমহাৰে সৰুৰে পৰা

NRC ৰ বিষয়টো আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়লৈ কিয় নাযাব?

প্ৰবন্ধটো লিখিবলৈ কিছু সাহস গোটাব লাগিল, অতি জাতীয়তাবাদী নেতা, পালিনেতা, বুদ্ধিজীৱি, চিন্তক, সমালোচক আৰু হিন্দু ৰাষ্ট্ৰৰ সপোনত বিভোৰ হিন্দুত্ববাদী চিন্তাধাৰাৰে পৰিচালিত সকলোৱে মোৰ প্ৰবন্ধটো পঢ়ি উঠি মন্তব্য দিব। এন আৰ চি বিষয়টো প্ৰথম অৱস্থাত ইমান জটিল যেন লগা নাছিল যদিও শেষলৈ বহু জটিলতাৰে আগবাঢ়িও কৰবাত থমকি ৰব যেন লাগিব ধৰিছে। বিশেষকৈ জম্মু আৰু কাশ্মীৰৰ বাবে থকা বিশেষ ৰাজ্যৰ মৰ্যাদা বিলুপ্ত হোৱাৰ পিছত এয়া স্পষ্ট হৈ পৰিছে। উল্লেখ্য উক্ত সিদ্ধান্তটো ঐতিহাসিক যদিও ইয়াক কাৰ্য্যকৰী কৰাৰ পদ্ধতিটো চিৰদিনৰ বাবে সন্দেহৰ আৱৰ্তত থাকিব আৰু সদায় এটা প্ৰশ্নৰ উদ্ভৱ হব- যদি আমি জম্মু আৰু কাশ্মীৰৰ মাটি, পানী, বায়ু আৰু জনগণক ভালপাওঁ‌, সিহঁতৰ ওপৰত বিশ্বাস আছে তেতিয়াহ'লে কিয় সিহঁতৰ ওজৰ, আপত্তি, মতামতক এবাৰো শুনা নহ'ল কিয়? কিয় সিহঁ‌তক গৃহবন্দী কৰি ৰাখি, সকলো মন্ত্ৰী, বিধায়ক আৰু আন নিৰ্বাচিত প্ৰতিনিধিক আৱদ্ধ কৰি ৰাখি ইমান গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাটো কেতিয়াও প্ৰশংসনীয় হ'ব নোৱাৰে। কিন্তু অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সৈতে এই বিষয়টোক জড়িত কৰাৰ মূল কাৰণটো খুবেই সাধাৰণ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ গৃহীত

ভাং খালো যোৱাৰাতি

✍️আব্ৰাৰ নাদিম     (৮-৮-২০১৮) একোকে নাখালো যোৱাৰাতি, কেৱল অলপ ভাং খালো। তুমি আচৰিত নহ'বা মই ভাং খাই ভাল নাপাওঁ‌, মোৰ নিচাও নাই সেইবোৰৰ, তথাপিও খালো অলপ। ষ্টেছনৰ পৰা অলপ দূৰত, মুখা পিন্ধা মানুহবোৰৰ পৰা বহু দূৰত, অকলে বহি ... জীৱনৰ হিচাপ কৰাৰ দৰেই কৰি গ'লো বহুদিনৰ হিচাপ- কিছু মিলিল, নিমিলাবোৰো কম নহয় পিছে। মই হেৰাই গৈছিলো কৰবাত, তুমি নাছিলা কাষত ডাষ্টবিনৰ পৰা খাদ্যবোৰ তুলি খাই থকা অচিনাকি মুখবোৰে আহি সংগ দিছিল মোক। সেইবোৰ লৈও জগৰ হৈছিল সিহঁতৰ মাজত তথাপিও প্ৰাণ খুলি হাঁ‌হিছিল সিহঁতে, ময়ো হাঁ‌হিছিলো সিহঁতৰ লগত ৰাস্তাৰ কাষত পৰি থকা বটলবোৰ তুলি লোৱা কেইজনমানো আহিছিল কাষলৈ। বটলত পানী ভৰাই খাইছিল সিহঁতে তৃষ্ণাতুৰ কলিজা প্ৰশান্ত হৈছিল এটুপি পানীত ময়ো খাইছিলোঁ সিহঁতৰ দৰে। ভাংৰ নিচাত মই শুনিছিলো আৰ্তনাদ বুকু ভঙা চিঞৰবোৰ ভাহি আহি কাণত বাজিছিল,,, দুচকুৰ আগত ধৰা দিছিল খাদ্যৰ তাড়নাত কুকুৰৰ দৰে কপি থকা অসংখ্য পেট, মই ভাঙত শোঁ‌হা মাৰিছিলো জোৰেৰে। মই গতি কৰিছিলোঁ অসীমলৈ, এইবাৰ দূৰৰ পৰা চাইছিলোঁ সেই কণ কণ মুকুতাবোৰক। যদিও চহৰৰ ষ্ট্ৰিট লাইটবোৰৰ মাজত হেৰাই গৈছিল স

অনুচ্ছেদ ৩৭০ আৰু কিছু কথা!

৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পিছত অমিত শ্বাহৰ যুক্তি, "এতিয়া হ'ব জম্মু আৰু কাশ্মীৰৰ বিকাশ। ইমানদিনে ৩৭০ অনুচ্ছেদৰ কাৰণে হোৱা নাছিল জম্মু আৰু কাশ্মীৰৰ বিকাশ।" কিন্তু, কথাটো সচাকৈয়ে তেনকুৱা নেকি, নে আচল কু(?) অভিপ্ৰায় ঢাকিবলৈ হে এইবোৰ গীত গাই ফুৰিছে তেওঁ? যুক্তিহীন কথাবোৰ এইকাৰণেই কোৱা হৈছে যে ইয়াত ভাল বুলি জনমানসত পতিয়ন নিব পাৰিলেই উদ্দেশ্য সফল। যুক্তিটো এনেকুৱাই যে, "কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ উভয়তে একে দলৰ চৰকাৰ নাথাকিলে ৰাজ্যৰ উন্নয়ন নহয়, বাজেটত কমকৈ পইচা অনুমোদন জনায়। ইত্যাদি।" কিন্তু এই কথাবোৰৰ উদ্দেশ্য খুব স্পষ্ট- কেন্দ্ৰত যিদলৰ চৰকাৰ থাকে ৰাজ্যতো তেনেকুৱা এখন চৰকাৰ বনাবলৈ মানুহক সহজেই পতিয়ন নিব পাৰি। অৱশ্যে কিছু পৰিশ্ৰম বেছিকৈ কৰিব লগা হয়। কিন্তু ৰাজ্য এখনৰ বাবে যিবোৰ পুঁ‌জি নিৰ্ধাৰিত তাত হস্তক্ষেপ কেন্দ্ৰ চৰকাৰে নকৰে। কাৰণ দেশৰ বহু ৰাজ্যত শাসনত থকা দলটোৱে কেতিয়াও কেন্দ্ৰত শাসনভাৰ লোৱা নাই। মানে বহু বিকশিত ৰাজ্যত শাসনত থকা চৰকাৰৰ দলটো হল আঞ্চলিক দল। তাৰ তুলনাত সদায় কংগ্ৰেছ / বিজেপিৰ চৰকাৰৰ শাসনত থকা ৰাজ্যবোৰৰ উন্নয়ন বা উন্নয়নৰ গতি লেহেমীয়া। কাৰণ আবণ্টিত ধনৰ অপব্যব