Skip to main content

Posts

Showing posts from September, 2019

How many more Tabrez will be killed ?

It's not even more than a month that the families of Pehlu Khan, killed by the Hindu terrorists in Rajasthan, went shocked and heartbroken after the district administration of Alwar, Rajasthan had withdrawn the perpetrators name from the chargesheet, then comes another heartbreaking news that the district administration of Seraikela District in Jharkhand has withdrawn the perpetrators name from the chargesheet and giving the heinous crime a different story, where Tabrez Ansari (24) was lynched by a Hindu terror mob and finally killed in the Police station. Basically this is the New India where minorities are being killed in the broad daylight. The administrations across the country have been supporting these Hindu terrorists who're targeting innocent Muslims, Dalits Sikhs and Adivasis. “Based on the (second) report, we have converted the murder charge (Section 302 of the IPC) into culpable homicide not amounting to murder (Section 304) as the post-mortem concluded that

NRC ৰ ভিত্তিবৰ্ষ ১৯৫১ কিয়?

বহু জল্পনা কল্পনাৰ ওৰ পেলাই যোৱা ৩১ আগষ্ট তাৰিখে প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাৰ প্ৰতি সন্দেহ প্ৰকাশ কৰা সকলেই বিগত দিনৰ দাবী সমুহৰ পৰা এতিয়া U- টাৰ্ণ মাৰি আছে। এসময়ত ৰাজপথত উলাই নগ্ন, অৰ্ধ নগন হৈ কৰা প্ৰতিবাদৰ ফলতেই যোৱা ২০১৫ চনত আৰম্ভ হৈছিল NRC ৰ কাম কাজ। প্ৰায় ৫৫ হাজাৰ কৰ্ম-কৰ্তাৰ দিন ৰাতি একাকাৰ কৰি কৰা পৰিশ্ৰমৰ ফল আজিৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। কিন্তু নিজৰ মনেসজা ধাৰণাৰ দৰে NRC ৰ পৰা ৫০- ৬০ লাখ বিদেশীৰ নাম বাদ নপৰাৰ বাবেই এতিয়া ওলোটা খৰ মাৰিছে বহুতে। প্ৰতিটো কথাত সিহঁতৰ মুখত ৰাজনৈতিক মুনাফা আদায়ৰ নিমিত্তে মনে সজা তথ্য- "গগৈয়ে কৈছিল ৫০ লাখ, শইকীয়াই কৈছিল ৬০ লাখ, ব্ৰহ্মই কৈছিল ৭০ লাখ… "। ভাবি নাপাও, সিহঁতে এবাৰ এই কথা কিয় নাভাবে যে উল্লিখিত নেতা বোৰে এইবোৰ তথ্য চৰজমিন তদন্ত কৰি লোৱা তথ্য নাছিল। প্ৰায় ৪ টা বছৰ অশেষ কষ্ট কৰি, গাঠিৰ ধন খৰচ কৰি অসমৰ সংখ্যালঘূ জনসাধাৰণে এই প্ৰক্ৰিয়াত সহযোগ কৰিছিল। এটা কথা এইছেগতে কৈ থও, সিঁ‌হতে দেশৰ ৰাজনীতিত ১০০%ই উজাৰি দিবলৈ চেষ্টা কৰি আহিছে। ভোটদান, নাইবা আন যিকোনো ৰাজনৈতিক মেলত সংখ্যালঘুৰ উপস্থিতি সদায় সৰ্বাধিক। ভয়, গ্লানি আ

CONTENT OF SYLLABUS FOR CTET 2019

Paper I (for classes I to V) Primary Stage 1.Child Development and Pedagogy    30 Questions a) Child Development (Primary School Child) 15 Questions • Concept of development and its relationship with learning • Principles of the development of children • Influence of Heredity & Environment • Socialization processes: Social world & children (Teacher, Parents, Peers) • Piaget, Kohlberg and Vygotsky: constructs and critical perspectives • Concepts of child-centered and progressive education • Critical perspective of the construct of Intelligence • Multi-Dimensional Intelligence • Language & Thought • Gender as a social construct; gender roles, gender-bias and educational practice • Individual differences among learners, understanding differences based on diversity of language, caste, gender, community, religion etc. • Distinction between Assessment for learning and assessment of learning; School-Based Assessment, Continuous & Comprehensive Evaluation: pe

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্তিয়ে ডি-ভোটাৰ সমস্যাৰ সমাধান দিব নে?

অশেষ কষ্ট, ধৈৰ্য্য আৰু উৎকণ্ঠাৰ অন্তত মহামান্য উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত যোৱা ৩১ আগষ্ট, ২০১৯ তাৰিখে প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা। চূড়ান্ত খচৰাত নাম নাহিল ১৯ লাখতকৈ বেছি আবেদনকাৰীৰ। অৱশ্যে এই লোকসকলে এতিয়া আৱেদন কৰিব পাৰিব অসমৰ বিভিন্ন জিলাত থকা বিদেশী ন্যায়াধীশকৰণত । কিন্তু নিজৰ আনুমানিক ধাৰণামতে সন্দেহজনক মানুহৰ নাম কৰ্তন কৰিব নোৱাৰাত ক্ষুব্ধ হৈছে ৰাজ্যৰ একাংশ দল- সংগঠন আৰু বুদ্ধিজীৱি। সিহঁতৰ ভবামতে এই সংখ্যা ৪০ বা ৫০ লাখ বা তাতোকৈ অধিক হব লাগিছিল। এতিয়া শাসনত থকা বিজেপি চৰকাৰে পূৰ্বতে কৰা প্ৰতিশ্ৰুতি মতে হিন্দু মানুহৰ নাম অন্তৰ্ভুক্ত নোহোৱাত সিহঁতে এতিয়া উচ্চতম ন্যায়ালয়ত আৱেদন কৰিব। মুঠতে আশা কৰা ধৰণে মুছলমানৰ নাম বাদ পেলাবলৈ পুনৰ ১০০% reverification ৰ দাবী জনাব। কিন্তু এতিয়া এক জটিল প্ৰশ্ন এয়াই যে অশেষ পৰিশ্ৰমৰ অন্তত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হোৱা এই মানুহখিনিৰ নামৰ আগত বিদেশীৰ জাননী নাইবা সন্দেহজনক ভোটাৰ (D Voter) হোৱাৰ প্ৰক্ৰিয়া বন্ধ হ'বনে? যিহেতু সেই সম্পৰ্কে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই NRC কৰ্তৃপক্ষই সেয়েহে এয়া এক জটিল প