Skip to main content

Ravish Kumar wins the prestigious Raman Magsaysay Award 2019 for his outstanding contributions to the Indian journalism.

Indian journalist Ravish Kumar has been chosen for the prestigious Raman Magsaysay Awards 2019 for his outstanding contributions to the Indian journalism. Mr. Kumar, who is well known for his brave journalism specifically when the mainstream media has lost its Morales and ideologies, was born in Motihari, Bihar on December 5, 1974. He has been vocal against the Indian government over several issues like healthcare, education, farmer's suicide, rape, mob lynching, GDP growth rate, various global data etc., unlike most of the news editors and anchors in India. Earlier he has received the Prestigious Ramnath Goenka Excellence in Journalism Award twice in the Journalist of the Year category in 2013 as well as in 2017. Now, he has become the fifth Indian journalist to be awarded the Raman Magsaysay Award, which is also known as Asian Nobel prize.
     In 1961, renowned investigative journalist Amitabha Chowdhury became the first Indian journalist to win the award. In 1975, Boobli George Verghese won the award for his outstanding contributions to the field of journalism. Then in 1982, veteran journalist Arun Shourie won the Raman Magsaysay Award for his outstanding criticism against the government. In 2007, experienced journalist Palagummi Sainath won the award for his excellent services to the Indian media. So, after 12 years an again an Indian journalist has won the Award for becoming the Voice for the voiceless.

Comments

Popular posts from this blog

নাৰী !

লজ্জা নাৰীৰ ভূষণ। যিহেতু আমি মানুহ আৰু যৌনতা আমাৰ প্ৰকৃতি প্ৰদত্ত নিয়ম। কোনে কিদৰে ইয়াক ব্যৱহাৰ কৰে সেয়া তেওঁৰ ব্যক্তিগত কথা। কিন্তু নাৰী জাতিক কেৱল ভোগৰ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰাটোও শিক্ষিত সমাজৰ কোনো ব্যক্তিৰেই মানসিকতা হব নোৱাৰে। যিহেতু যৌনতা, যৌন চাহিদা আদি বিষয়বোৰ সুস্বাস্থ্যৰ লগতো প্ৰত্যক্ষভাৱে জড়িত, সেয়েহে এই বিষয়বোৰৰ ভাল, প্ৰণালীগত অধ্যয়নৰো খুবেই প্ৰয়োজনীয়তা আহে। যোৱা কিছুদিন আগতে আলিবাবা কোম্পানীৰ প্ৰতিষ্ঠাতা জ্যাক মা ই তেওঁৰ কোম্পানীত কাম কৰা সকলো কৰ্মচাৰীক উদ্দেশ্য কৰি কৈছিল, " তোমালোকে সপ্তাহত প্ৰতিদিন সংগম কৰিবা। ই শৰীৰ আৰু মনত শক্তিৰ সঞ্চাৰ কৰে, সজীৱ কৰে।" এয়া কোনো লাজৰ কথা নহয়। আমি যিদৰে নাৰীদেহৰ স্পৰ্শত দেহ, মনত শক্তি পাও, নাৰীয়েও পায়। আমি যিদৰে সুন্দৰ ৰমণীক বিচাৰি ফুৰো, সিহঁ‌তেও বিচাৰে কোনোবা সুঠাম দেহৰ পুৰুষক; এয়াই প্ৰকৃতিৰ নিয়ম। নাৰী জাতি প্ৰকৃতিৰ মনোৰম সৃষ্টি, ইয়াৰ অপব্যৱহাৰ, দমন, শোষণ সমাজৰ বাবে খুবেই সাংঘাতিক। কিছুদিন আগতে  ৮০ ৰ দশকৰ এখন বাংলা চলচ্চিত্ৰ চাইছিলোঁ। ছবিখনৰ নাম জন অৰণ্য (১৯৭৬), পৰিচালক সত্যজিৎ ৰায়, মূল চৰিত্ৰত অভিনয় কৰিছে প্ৰদীপ...

আপোনাৰ ভোট, বহুমূলীয়া নে বিনামূলীয়া?

নিৰ্বাচন খুবেই আসন্ন। মাইকত শুনিছো চাৰিওফালে ~ "ৰাইজ, আপোনালোকৰ বহুমূলীয়া ভোটটো দি **** ক জয়যুক্ত কৰক।" কিন্তু আজিৰ দিনত ভোটটোক সচাঁ‌কৈয়ে বহুমূলীয়া বুলি ক'ব পাৰি নে? জাতিৰ না...

হিমু

বাংলা সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ তথা জনপ্ৰিয় সাহিত্যিক হুমায়ুন আহমেদৰ কালজয়ী সৃষ্টি হিমু। হিমুক মুখ্য চৰিত্ৰত লৈ তেখেতে এটাৰ পিছত এটাকৈ লিখিছিল ২১ খন গল্প আৰু উপন্যাস। বিদ্ৰোহী কবি কাজী নজৰুল ইছলাম আৰু কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ পিছত অন্যতম শ্ৰেষ্ঠ বাংলা সাহিত্যিক হুমায়ুন আহমেদে সৃষ্টি কৰিছিল এজন অতি সহজ সৰল, দুনিয়াৰ মায়া মোহৰ বন্দীত্বৰ পৰা মুক্ত, জীৱনৰ প্ৰতিটো মুহূৰ্তক উপভোগ কৰিব পৰা চৰিত্ৰৱান ব্যক্তি হিমু। পিন্ধনত তাৰ গাত থাকে সদায় এখন হালধীয়া পাঞ্জাৱী যাৰ কোনো পকেট নাই, যিটো তাৰ মতে মহাপুৰুষ সকলৰ পোছাক। মূৰত এলো মেলো দীঘল চুলি। সৰুতেই তেওঁৰ মাকৰ মৃত্যু হোৱাত তেওঁৰ দেউতাকে তেওঁক ডাঙৰ দীঘল কৰে। ধন সম্পদ, চাকৰি বাকৰিৰ প্ৰতি কোনো লোভ নাই, সেয়া সৰুতেই নোহোৱা কৰি দিছে তেওঁৰ দেউতাকে। তেওঁ হিমুক কৈছিল, "যেতিয়ালৈ ঘৰ, সংসাৰ, চাকৰি, বাকৰি, টকা, পইচা আদিৰ লোভৰ পৰা মুক্ত হব নোৱাৰিবি তেতিয়ালৈ সুখ বিচাৰি নাপাবি। গতিকে সুখী হবলৈ চেষ্টা কৰি থাকিবি। ধনী হবলৈ নহয়। পৃথিৱীৰ ধনী মানুহবোৰ বেছি অসুখী, অশান্তিত দিন কটাই সিহঁ‌তে। পিঞ্জৰাবদ্ধ পখীটোৰ দৰে ছটফট কৰে সিহঁ‌তে। এনেদৰে থাকিবি যাতে সুখ...

জীৱনটো এটা বিৰাট ডাঙৰ চক্ৰবেহু!

জীৱনৰ গতিবেগ আৰু দিশ দুয়োটা বস্তুৰেই সময়ত পৰিৱৰ্তন হোৱা দেখা যায়। সহজ - সৰল মানুহজনো সময়ত কঠোৰ আৰু ৰুক্ষ স্বভাৱৰ হৈ পৰে। অৱশ্যে কেতিয়া কোন পৰিস্থিতিত পৰি তেওঁ এনেকুৱা হ...

Hate crime against Muslims, Vadodara, Gujarat.

A police constable was beaten on Friday evening in Vadodara city allegedly by the religious hardliners of the majority community. Sanjay Kharat, DCP, Zone-3 of Vadodara City informed on Saturday that an FIR has been registered. “We have taken cognisance of the matter…we are investigating,” said Kharat. However, he had no idea about the arrests made in the case. The victim, Arif Ismail Shaikh (44), said that he was attacked without any provocation when he was travelling back to home at around 8.30 pm. “I made a mistake by not covering my face this time,” said Shaikh, adding that he usually covers his face while stepping out of his home. Shaikh is a constable with the Gujarat Police. The FIR was registered under Sections 323, 143, 147, 504 and 506 (2) of the IPC. In his complaint, Shaikh said: “As I was heading back to my home after concluding my day duty scheduled at Pratapnagar headquarters, an unknown young person crossing the road near Shiv Shakti Mohalla locality wave...

How many more Tabrez will be killed ?

It's not even more than a month that the families of Pehlu Khan, killed by the Hindu terrorists in Rajasthan, went shocked and heartbroken after the district administration of Alwar, Rajasthan had withdrawn the perpetrators name from the chargesheet, then comes another heartbreaking news that the district administration of Seraikela District in Jharkhand has withdrawn the perpetrators name from the chargesheet and giving the heinous crime a different story, where Tabrez Ansari (24) was lynched by a Hindu terror mob and finally killed in the Police station. Basically this is the New India where minorities are being killed in the broad daylight. The administrations across the country have been supporting these Hindu terrorists who're targeting innocent Muslims, Dalits Sikhs and Adivasis. “Based on the (second) report, we have converted the murder charge (Section 302 of the IPC) into culpable homicide not amounting to murder (Section 304) as the post-mortem concluded that ...

কোৰবানী

কোৰবানী শব্দৰ উৎপত্তি মূলত হিব্ৰু ভাষাৰ শব্দ "কোৰবান" অৰ্থ - Offering (দান) ছিৰিয়ান ভাষাৰ শব্দ "কোৰবানা" অৰ্থ - Sacrifice (ত্যাগ)! কোৰবান শব্দটো কোৰানত তিনিবাৰ উল্লেখ কৰা আছে- এবাৰ পশু উছৰ্গা কৰাৰ কথা, আৰু দুবাৰ এনেকুৱা কিছুমান কাম যিবোৰে মানুহক আল্লাহৰ নিকটৱৰ্তী কৰে।  প্ৰথমবাৰৰ কাৰণে আবিল (আদম আৰু ইভৰ সন্তান) এ কোৰবানী কৰিছিল আৰু তেৱেই আছিল কোৰবানী কৰা প্ৰথম মানৱ। তেওঁ এটা ভেড়া কোৰবানী কৰিছিল। আৰু তেওঁৰ ভায়েক কাবিল (আদম আৰু ইভৰ সন্তান) এ পথাৰৰ শস্য আল্লাহৰ ওৱাস্তে কোৰবানী কৰিছিল। আল্লাহ ই আবিলৰ কোৰবানী কবুল কৰিছিল আৰু কাবিলৰ কোৰবানী প্ৰত্যাখ্যান কৰিছিল। আবিলৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ নাযিল হোৱাত অহংকাৰত আৰু দাম্ভিকতাত দগ্ধ হৈ কাবিলে হাবিলক হত্যা কৰিছিল। অৱশ্যে আজিৰ কোৰবানীৰ বিধান আৰম্ভ হৈছিল ইব্ৰাহিম (AS) ৰ দিনৰ পৰা যেতিয়া তেওঁক তেওঁৰ সবাতোকৈ বেছি পছন্দনীয় বস্তুটোক আল্লাহৰ সন্তষ্টিৰ নিমিত্তে কোৰবানী কৰিবলৈ আদেশ দিয়া হৈছিল। ইটো সিটো কৰি বহু বস্তুৱেই কোৰবানী দিছিল তেওঁ, কিন্তু এদিন সপোনত তেওঁক কোৱা হৈছিল তেওঁৰ আটাইতকৈ প্ৰিয় তেওঁৰ পুত্ৰ ইছমাঈলক আল্লাহৰ সন্তষ্টিৰ বাবে ...

NRC ৰ বিষয়টো আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়লৈ কিয় নাযাব?

প্ৰবন্ধটো লিখিবলৈ কিছু সাহস গোটাব লাগিল, অতি জাতীয়তাবাদী নেতা, পালিনেতা, বুদ্ধিজীৱি, চিন্তক, সমালোচক আৰু হিন্দু ৰাষ্ট্ৰৰ সপোনত বিভোৰ হিন্দুত্ববাদী চিন্তাধাৰাৰে পৰিচালিত সকলোৱে মোৰ প্ৰবন্ধটো পঢ়ি উঠি মন্তব্য দিব। এন আৰ চি বিষয়টো প্ৰথম অৱস্থাত ইমান জটিল যেন লগা নাছিল যদিও শেষলৈ বহু জটিলতাৰে আগবাঢ়িও কৰবাত থমকি ৰব যেন লাগিব ধৰিছে। বিশেষকৈ জম্মু আৰু কাশ্মীৰৰ বাবে থকা বিশেষ ৰাজ্যৰ মৰ্যাদা বিলুপ্ত হোৱাৰ পিছত এয়া স্পষ্ট হৈ পৰিছে। উল্লেখ্য উক্ত সিদ্ধান্তটো ঐতিহাসিক যদিও ইয়াক কাৰ্য্যকৰী কৰাৰ পদ্ধতিটো চিৰদিনৰ বাবে সন্দেহৰ আৱৰ্তত থাকিব আৰু সদায় এটা প্ৰশ্নৰ উদ্ভৱ হব- যদি আমি জম্মু আৰু কাশ্মীৰৰ মাটি, পানী, বায়ু আৰু জনগণক ভালপাওঁ‌, সিহঁতৰ ওপৰত বিশ্বাস আছে তেতিয়াহ'লে কিয় সিহঁতৰ ওজৰ, আপত্তি, মতামতক এবাৰো শুনা নহ'ল কিয়? কিয় সিহঁ‌তক গৃহবন্দী কৰি ৰাখি, সকলো মন্ত্ৰী, বিধায়ক আৰু আন নিৰ্বাচিত প্ৰতিনিধিক আৱদ্ধ কৰি ৰাখি ইমান গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাটো কেতিয়াও প্ৰশংসনীয় হ'ব নোৱাৰে। কিন্তু অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সৈতে এই বিষয়টোক জড়িত কৰাৰ মূল কাৰণটো খুবেই সাধাৰণ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ গৃহীত ...

#ঝিনুক 👍❤️

"বি, এছ, চি, সাহেব!" আমি কিছুটা অবাক হয়ে পিছনে তাকালাম। এই তো গত দুমাস আগেই এই শহরে আসছি। বি, এছ, চি, বলে ডাক এর আগে কখনো শুনিনি, শুনার কথাও কিছুনা। চেনা জানা লোকজনও তেমন নেই। তারপর ...

কোন আপোন, কোন পৰ?

এই যে মানুহবোৰে দৌৰিছে এমুঠি খাদ্য বিচাৰি, প্ৰকৃতিৰ ধ্বংসলীলাৰ পৰা নহয়, আশ্ৰয় বিচাৰিছে মানুহে  মানুহৰ অত্যাচাৰৰ পৰা। ভয়, শংকা আৰু হতাশাত মৃতপ্ৰায় হৈছে সিহঁত। কোনে দৌৰাইছে সিহঁতক? কিয় দৌৰাইছে নাইবা সিহঁতেই বা কিয় দৌৰিছে দিন ৰাতি এক কৰি মাটি বাৰী সন্তান সন্ততি এৰি? কোনোবাই বুজি পাইছে নে? মই হ'লে একোৱেই বুজি পোৱা নাই কাৰণ মই বুজি নাপাও ৰাজনীতিৰ মেৰপেচ, বুজি নাপাও সীমান্তৰ কাইটীয়া তাৰৰ বেৰ, নাইবা বুজি নাপাও মই, সীমান্তৰ সিপাৰৰ মানুহৰ আৱেগ! মোক শিকোৱা হৈছে তেনেদৰে। সিহঁত মোৰ শত্ৰু, দেশৰ ভাবুকি কিন্তু মইতো কোনো দিন লগ পোৱা নাই সিহঁতক সিহঁতেনো মোক কিয় মাৰিব; নাইবা ময়েই বা কিয় মাৰিম সিহঁতক? কোনে সাজিছে এই সীমাৰেখাবোৰ? মইতো সজা নাই! মোৰ দেউতা, তাৰ পূৰ্বপুৰুষেও তো সজা নাছিল সেইবোৰ আৰু শুনিছো ঈশ্বৰেও সজা নাছিল তেনেকুৱা একোৱেই, তেন্তে কোনে আৰু কিয় সজাইছে সেইবোৰ? ঈশ্বৰে আদমক পৃথিৱীলৈ খেদিছিল ঠিকেই কিন্তু তেওঁতো কোনো অত্যাচাৰী পুৰুষ নাছিল যে তাৰ অধীনস্থ সকলক দমন কৰিবলৈ , তেওঁৰ দৰে মানুহে সাজিব তেনেকুৱা সীমান্তবোৰ! নাইবা কথাটো এনেকুৱাও হয় যে  ...