Skip to main content

Posts

Memories of life 🍁

As an alumnus of JNV Barpeta, I have always been a proud member of this autonomous institute. It's such a privilege for me, in fact for every student of JNV across the Nation, that one can never compare it to other institutions. I can still remember my days in JNV starting from the day when I entered JNV along with my Abba (Father). His eyes were filled with tears of joy and my eyes were filled with fears of getting a completely different environment. New place, new teachers, new classmates and of course the new ideas. I wasn't a top scorer in my JNV days but I think I could have been a top scorer in almost every class which wasn't possible due to my uncompetitive attitude, my reluctant studies and my family background which could have been a positive sign for me to think something differently. But to be honest I failed. During the holidays it was a great fun to be at home initially but from class VIII when we shifted to the senior dormitories I had a good feeling for a gir...

আপোনাৰ ভোট, বহুমূলীয়া নে বিনামূলীয়া?

নিৰ্বাচন খুবেই আসন্ন। মাইকত শুনিছো চাৰিওফালে ~ "ৰাইজ, আপোনালোকৰ বহুমূলীয়া ভোটটো দি **** ক জয়যুক্ত কৰক।" কিন্তু আজিৰ দিনত ভোটটোক সচাঁ‌কৈয়ে বহুমূলীয়া বুলি ক'ব পাৰি নে? জাতিৰ না...

Detention camp, D Voter সন্দৰ্ভত এজন ভক্তৰ সৈতে কথোপকথন।

প্ৰায় এসপ্তাহমান আগৰ কথা। অনবৰতে মগজুত পাক মাৰি থকা Detention Camp আৰু D Voter বিষয় দুটাত নিজৰ মতামত জানিবলৈ এজন অতি ভক্ত কংগ্ৰেছ কৰ্মী (নাম প্ৰকাশ কৰিব নোৱাৰিলো) সোধাত যি ক'লে সেয়া শুনি মই অ...

Christchurch mosque attack and the new spring.

#Christchurch_Attack & THE NEW SAGA 👍 Though the time, situation & background of Christchurch mosque attack was much different from 9/11, yet it's started a new political environment in a world of the Bushes, the Blairs , the Trumps, the Netanyahus or the Putins . In fact it's totally different from those War criminals who have/had a long history of loot and kill Innocents in the Middle East Nations. But Jacinda Ardern has a better way to find out the solution of the massacre happened few days back in the Nation. The Western media, the western Govt. And their policymakers were shocked at the humanitarian aids provided by the NZ counterpart. She's has been cooperating every organization to eradicate the Hatred against the Muslims in the society which is hurting the US, UK, Israel Politicians and law makers who have always been anti Islamic. That's why they've started to so many attacks on Palestine, Syria, Iraq etc following the Christchurch m...

উইঘুৰ জাতিৰ ওপৰত চলি থকা নিৰ্যাতন ।

মধ্য এছিয়াত কেইবা শতিকা ধৰি বসবাস কৰা তুৰ্কীৰ এটি জাতি যিটোৱে প্ৰতিদিনে কৰি আছে অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম, জীয়াই থকাৰ সংগ্ৰাম। বৰ্তমান বিশ্বত সবাতোকৈ লাঞ্চিত, বঞ্চিত, শোষিত এটি জাতিৰ নাম উইঘুৰ। নামটো বৰ আচহুৱা যেন লাগিলেও এই জাতিৰ জনসংখ্যা প্ৰায় ৩০ মিলিয়ন। মূলত চীন আৰু মধ্য এছিয়াত বসবাস কৰা এই জাতিৰ সংগ্ৰাম ৰোহিংগিয়া সকলৰ দৰেই।   চীন দেশৰ উত্তৰ পশ্চিম প্ৰান্তত (উজবেকিস্তান, আফগানিস্তান, তুৰ্কমেনিস্তান আদি) দেশৰ সীমামূৰীয়া ঠাইবোৰত শেহতীয়াকৈ চলিছে চৰম অমানৱীয় আৰু জঘন্য নিৰ্যাতন। প্ৰধানতঃ Xinjiang (জিনজিয়াং)অঞ্চলত বৰ্তমানৰ চীনা প্ৰশাসনে চলাই থকা অমানৱীয় নিৰ্যাতনে বহুতৰে চকু কপালত তুলিছে। জিনজিয়াংৰ বাদে উইঘুৰ সকলৰ দ্বিতীয় ঘনবসতি এলেকা হ'ল দক্ষিণ মধ্য Hunan (হুনান) প্ৰদেশ। উইঘুৰ সকল এই অঞ্চলৰ চৰকাৰীভাৱে স্বীকৃত ৫৬ টা নৃ- তাত্ত্বিক সংখ্যালঘু গোষ্ঠীৰ অন্যতম। চীন দেশৰ বাহিৰেও মধ্য এছিয়াৰ অন্যান্য দেশ কাজাখস্তান, কিৰ্গিস্তান, উজবেকিস্তান, আফগানিস্তান আদি দেশত উল্লেখ্যযোগ্য পৰিসংখ্যাত উইঘুৰ সম্প্ৰদায়ৰ লোক আছে। তাৰোপৰি পাকিস্তান, ৰাছিয়া, জাৰ্মানী, ছুইডেন, নেডাৰলেণ্ড, তুৰ্কী আদি দেশত কিছু স...

Political Demography in the Lower Assam specifically amongst the Miyan Muslims.

#READ_PLEASE🤔 #সমূহ_ৰাজনৈতিক_কৰ্মীলৈ 👁️👁️👁️ ছালাম গ্ৰহণ কৰিব। প্ৰথমতেই আপোনালোকলৈ শুভেচ্ছা থাকিল অসম, মধ্য প্ৰদেশ, ৰাজস্থান, ছত্তিশগড় ৰাজ্যত লাভ কৰা সফলতাৰ বাবে। আশা কৰোঁ ৰাইজে দিয়া ব্যাপক সহাঁ‌ৰিক আপোনালোকে গুৰুত্ব দি দেশৰ বিকাশ ত্বৰান্বিত কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। মই যোৱাকালি ফেচবুকত কৰা পোষ্টবোৰৰ পৰা বহুতে মোক গালি শপনিও পাৰিছে, কিছুমানে আকৌ ধনাত্মক দৃষ্টিভংগীৰে মোৰ মতক সমৰ্থনো কৰিছে। আটাইকে কওঁ মই কোনো ৰাজনৈতিক দলৰ গোলামী নকৰো। মই বিজেপি, অগপ, কংগ্ৰেছ, এ আই ইউ ডি এফ, আম আদমী পাৰ্টি আদি প্ৰত্যেক দলৰ বেয়াখিনিক সমালোচনা কৰোঁ আৰু আগলৈও কৰি যাম ইনশা আল্লাহ। তাৰ বাবে কোনোবাই বেয়া পালেও উপায় নাই। কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থীৰ গোলামী মই কেতিয়াও কৰা নাই আৰু আগলৈও নকৰো। মই হালাল, হাৰাম বাছ-বিচাৰ কৰোঁ কাৰণ কিয়ামতৰ মাঠত আপুনিও নাথাকিব, কোনো মন্ত্ৰী-বিধায়কো নাথাকিব। গতিকে কোনোবাই মোক অতি বেছি বেয়া পালে Unfriend কৰিব পাৰে। মোৰ প্ৰশ্ন - কংগ্ৰেছে কিয় ভোট ভিক্ষা কৰাৰ সময়ত মিঞাভাই সকলক কেৱল বিজেপি-অগপ ৰ দ্বাৰা হৈ থকা হাৰাশাস্তিৰ ভয় দেখুওৱাই ? কিয় সিহঁতে নকয়- আমি তোমালোকক শিক্ষিত কৰিলোঁ...